Revision

This is a revision of our last 3 lessons. So far we learnt the following compound letters:

with ত & ট

ক্ + ত = ক্ত

ক্ + ট = ক্ট

ন + ত = ন্ত

ণ্ + ট = ণ্ট

স্ + ত = স্ত

ষ্ + ট = ষ্ট

ত্ + ত = ত্ত

ট্ + ট = ট্ট

ল্ + ট = ল্ট

প্ + ত = প্ত

ন্ + ত + ু = ন্তু

With দ, ড & ধ

ন + দ = ন্দ

ণ + ড = ণ্ড

ব + দ = ব্দ

ব + ধ = ব্ধ

দ + ধ = দ্ধ

ন + ধ = ন্ধ

গ + ধ = গ্ধ

দ + দ = দ্দ

ড + ড = ড্ড

With ঞ & ঙ

জ + ঞ = জ্ঞ

ঞ + জ = ঞ্জ

ঞ + চ = ঞ্চ

ঞ + ছ = ঞ্ছ

ঙ + ক = ঙ্ক

ঙ + গ = ঙ্গ

Reading practice

Let's try to read the following

আজিৰ সভাৰ বক্তা আনন্দ দত্ত আৰু সীমান্ত ভট্ট৷ লগতে আছে বিখ্যাত বিজ্ঞানী কাঞ্চনা বৰ্মন৷ কিন্তু তেখেতে আজি বোলে গানহে গাব৷ বন্ধ ঘৰৰ ৰূদ্ধ দুৱাৰ খোলাৰ গান৷ তাকে শুনি অন্ধকাৰত বহি থকা শান্ত শিষ্ট বিনন্দ খাউণ্ড স্তব্ধ হৈ গ'ল৷

বন্তী ডাঙৰ হৈ গণিতজ্ঞ হোৱাৰ মন৷ সেয়ে তাই সদায় অঙ্কৰ উত্তৰৰ অনুসন্ধান কৰে৷ আজি তাই বৃত্তৰ আকৃতি লৈ ব্যস্ত৷

সৰুতে আমাৰ মায়ে আমাক দধি, দুগ্ধ আৰু লাই শাকৰ আঞ্জা খাবলৈ দিছিল৷ মই বিশুদ্ধ বতাহত সুগন্ধি কাঞ্চনৰ গোন্ধ লৈ লিঅ' টলষ্টয়ৰ সাধু পঢ়ি ভাল পাইছিলো৷

আফ্ৰিকাৰ বগা গঁড় আজি প্ৰায় লুপ্ত৷ গঁড়বোৰ বৰ শান্ত জন্তু৷ কিন্তু খং উঠিলেহে ভয়ংকৰ৷

Reading Answers

Aajir xobhar bokta Ananda Datta aaru Xeemanta Bhatta. Logote aase bikhyat bigyanee Kansona Bormon. Kintu tekhete aaji bule gan-he gabo. Bondho ghoror ruddho duwar khular gaan. Taake xuni andhokarot bohi thoka xanto xisto Binondo Khaund stobdho hoi goal.

Bontee dangor hoi gonitagya howar mon. Xeye tai xodaai onkor onuxondhan kore. Aaji tai brittor aakriti loi byosto.

Xorute amaar maye aamaak dodhi, dugdho aaru lai xakor anja khabole disil. Moi bixuddho botaht xugondhi kansonor gundh loi Leo Tolstoyor xaadhu porhi bhal paisilu.

Aafricar boga gor aaji prai lupto. Gor-bur bor xanto jontu. kintu khong uthilehe bhoyonkor.