Let's practice reading the following. They are some common phrases used in Assamese language (bonus point if you can learn the meanings too). Try reading aloud.

আকাশ পাতাল

আকাশে বতাহে

হাবিয়ে বননীয়ে

বাহিৰে ভিতৰে

পানী দুনী

বিল পুখুৰী

খাল ডোঙ

নিয়ঁৰ কুঁৱলী

ডাৱৰ বৰষুণ

বতাহ বৰষুণ

বাৰিষা খৰাং

হাবি জংঘল

ঘাঁহ বন

উশাহ নিশাহ

উঠা বহা

খোৱা বোৱা

আহোতে যাওতে

বাঘ ঘোং

বাট পথ

আলি পদুলি

ঘৰ দুৱাৰ

চাল বেৰ

ঘৰ বাৰী

বোকা পানী

গছ গছনি

Hint

akax patalakaxe botahehabiye bononiyebahire bhitorepani dunibil pukhureekhal dungniyor kuwolidawor boroxunbotah boroxunbarixa khoranghabi jongholghah bon

Hint

uxah nixahutha bohakhowa bowaahute jautebagh ghongbaat pothaali podulighor duwarsal berghor bariboka panigos gosoni