Let's practice reading the following. They are some common phrases used in Assamese language (bonus point if you can learn the meanings too). Try reading aloud.

খোজ কাঢ়া

দৌৰ মাৰা

শুই থাকা

কিবা এটা কোঁৱা

মনে মনে থাকাচোন

দিগদাৰ দি নাথাকিবা

লাহে লাহে যাবা দেই

খৰ ধৰ কৰা

গা ধোৱা

চুলি আচোঁৰা

দাড়ি চুলি কটা

কাপোৰ সলোৱা

হাত মুখ ধুই আহা

বাতি কাঁহী ওলিওৱা

ভাত বাঢ়া

ভাত খোৱা

Hint

khoj karhadour maraxui thakakiba eta kuwamone mone thakadigdar di nathakibalahe lahe jabakhor dhor kora

Hint

bhat khuwagaa dhuwasuli aasuradari suli kotakapur xoluwahat mukh dhui aahabati kahi uliowabhat barha

বাহিৰলৈ যাওঁ বলা

ঘৰৰ পৰা ওলোৱা

গাড়ীত বহা

গাড়ীখন তুমিয়েই চলোৱা

এই ফালেদি নাযাবা, দীঘল হব


গান এটা গোৱানা

চবি এখন আঁকা

কবিতা এটা লিখা

সাধু এটা কোৱা

কিতাপখন পঢ়ি দিয়া

বেৰত নিলিখিবা, কাগজত লিখা

কিতাপবোৰ সামৰি থোৱা


কাপোৰবোৰ জাপি থোৱা

লেতেৰা মোজাজোৰ ধুই দিয়া

বিচনাখন পাৰি দিয়া

আঠুৱাখন তৰি দিয়া

লেপখন লৈ শুবা

কাইলৈ কথা পাতিম

তোমাক লগ ধৰিম

আমি দুয়ো ফুৰিবলে যাম

একেলগে ভাত খাম


ৰাতিপুৱাই দৌৰিবলৈ ওলাবা

তাৰ পাচত ৰুটী তৰকাৰী খাম

আবেলী চাইকেল চলাম

ভাগৰ লাগিলে বনতে বহিম


দা কটাৰী, কাঁহি বাতি, চৰু কেৰাহী সকলোবোৰ লৈ যাম

ৰাতিটো হাবিত কটাম

জুই ধৰি উম লম

চিঞৰি চিঞৰি গান গাম

ভুতৰ সাধু শুনিম

আকাশৰ তৰা চাম

বৰ ভাল লাগিব নহয়?

ৰাতি শিয়াল ওলাব

হোৱা দিব, ভয় খাবা নেকি?

খালি ভালুক নোলালেই হয়

Hint

bahirole jau bolaghoror pora uluwagarit bohagari khon tumiyei soluwaei phaledi nejaba, dighol hobogaan eta guwa nasobi eta aakakobita eta likhaxadhu eta kuwakitap khon porhi diyaberot nilikhiba, kagojot likhakitapbur xamori thuwaletera muja jur dhui thuwabisonakhon pari diyaathuwakhon tori diyalepkhon loi xuba

Hint

kailoi kotha patimtumak log dhorimaami duyu furibole jamekeloge bhat khamratipuwai douribole ulabatar pasot ruti torkari khamabeli saikel solambhagor lagile bonote bohimda kotari, kahi bati, soru kerahi xokolubur loi jamratitu habit kotamjui dhori um lomsiyori siyori gan gambhutor xadhu xunimakaxor tora saambor bhal lagibo nohoy?rati xiyal ulabohowa dibo, bhoy khaba neki?khali bhaluk nulalei hoy