Let's practice reading the following. They are some common phrases used in Assamese language (bonus point if you can learn the meanings too). Try reading aloud.

ককা আইতা

বৰতা বৰমা

মামা মামী

পেহা পেহী

জেঠাই জেঠু

মাহী মহা

দাইদেউ খুড়ীদেউ

খুৰা খুৰী

দাদা নবৌ

বাইদেউ ভিনদেউ

ভাইটি ভনীটি

তাৱৈ আমৈ

ঘৰ সংসাৰ

লৰা ছোৱালী

পৰিয়াল বৰ্গ

ককাই ভাই

বাই ভনী

দদাই ভতিজা

এলেকৰ পেলেক

ওচৰ চুবুৰীয়া

পুতেক জীয়েক

চিন মোকাম

চিনাকী অচিনাকী

চিনা পৰিছয়

জনা নজনা

Hint

koka aitaborta bormamama mamipeha pehijethai jethumahi mohadaideu khurideukhura khuridada noboubaideu bhindeubhaiti bhonititawoi amoi

Hint

ghor xonxarlora suwaliporiyal borgokokai bhaibai bhonidodai bhotijaelekor pelekusor suburiaputek jiyeksin mokamsinaki osinakisina porisoyjona njona

গৰু ছাগলী

গৰু ম’হ

গৰু ঘোঁৰা

হাঁহ কুকুৰা

কুকুৰ মেকুৰী

ছৰাই চিৰিকতি

কাউৰী শালিকা

পৰুৱা পিপৰা

ভাত পানী

দৈ গাখীৰ

চিৰা মুড়ী

চাউল দাইল

ঘিও মৌ

মাহ প্ৰসাদ

নিমখ তেল

আলু পিয়াঁজ

Hint

goru sagoligoru mohgoru ghorahah kukurakukur mekuri sorai ssirikotikauri xalikaporua pipora

Hint

bhat panidoi gakhirsira murisaul dailghiu moumah proxadnimokh telaalu piyaj