Let's practice reading the following. They are some common phrases used in Assamese language (bonus point if you can learn the meanings too). Try reading aloud.
ককা আইতা
ককা আইতা
বৰতা বৰমা
বৰতা বৰমা
মামা মামী
মামা মামী
পেহা পেহী
পেহা পেহী
জেঠাই জেঠু
জেঠাই জেঠু
মাহী মহা
মাহী মহা
দাইদেউ খুড়ীদেউ
দাইদেউ খুড়ীদেউ
খুৰা খুৰী
খুৰা খুৰী
দাদা নবৌ
দাদা নবৌ
বাইদেউ ভিনদেউ
বাইদেউ ভিনদেউ
ভাইটি ভনীটি
ভাইটি ভনীটি
তাৱৈ আমৈ
তাৱৈ আমৈ
ঘৰ সংসাৰ
ঘৰ সংসাৰ
লৰা ছোৱালী
লৰা ছোৱালী
পৰিয়াল বৰ্গ
পৰিয়াল বৰ্গ
ককাই ভাই
ককাই ভাই
বাই ভনী
বাই ভনী
দদাই ভতিজা
দদাই ভতিজা
এলেকৰ পেলেক
এলেকৰ পেলেক
ওচৰ চুবুৰীয়া
ওচৰ চুবুৰীয়া
পুতেক জীয়েক
পুতেক জীয়েক
চিন মোকাম
চিন মোকাম
চিনাকী অচিনাকী
চিনাকী অচিনাকী
চিনা পৰিছয়
চিনা পৰিছয়
জনা নজনা
জনা নজনা
Hint
koka aitaborta bormamama mamipeha pehijethai jethumahi mohadaideu khurideukhura khuridada noboubaideu bhindeubhaiti bhonititawoi amoi
Hint
ghor xonxarlora suwaliporiyal borgokokai bhaibai bhonidodai bhotijaelekor pelekusor suburiaputek jiyeksin mokamsinaki osinakisina porisoyjona njona
গৰু ছাগলী
গৰু ছাগলী
গৰু ম’হ
গৰু ম’হ
গৰু ঘোঁৰা
গৰু ঘোঁৰা
হাঁহ কুকুৰা
হাঁহ কুকুৰা
কুকুৰ মেকুৰী
কুকুৰ মেকুৰী
ছৰাই চিৰিকতি
ছৰাই চিৰিকতি
কাউৰী শালিকা
কাউৰী শালিকা
পৰুৱা পিপৰা
পৰুৱা পিপৰা
ভাত পানী
ভাত পানী
দৈ গাখীৰ
দৈ গাখীৰ
চিৰা মুড়ী
চিৰা মুড়ী
চাউল দাইল
চাউল দাইল
ঘিও মৌ
ঘিও মৌ
মাহ প্ৰসাদ
মাহ প্ৰসাদ
নিমখ তেল
নিমখ তেল
আলু পিয়াঁজ
আলু পিয়াঁজ
Hint
goru sagoligoru mohgoru ghorahah kukurakukur mekuri sorai ssirikotikauri xalikaporua pipora
Hint
bhat panidoi gakhirsira murisaul dailghiu moumah proxadnimokh telaalu piyaj